NAGARBERA BDO OFFICE UT

0
92

Guwahati/ 20th January’ 2018 (Prag News Desk):

ছমৰীয়া উন্নয়নখণ্ডৰ চৰকাৰী আৱাসৰ দূৰৱস্থা|

বিষয়া-কৰ্মচাৰী থকাৰ পৰিৱেশ নাই আৱাসত|

জহি-খহি গৈছে চৰকাৰী গৃহসমূহ|

নাই খোৱাপানীৰ ব্যৱস্থা, শৌচাগাৰৰ সুবিধা|

জৰাজীৰ্ণ গৃহত বহিছে সেনা বাহিনীৰ কেম্প|

BDOক কাৰ্যালয়ৰ সমীপত থাকিবলৈ দিয়াৰ নিৰ্দেশ অসাৰ|

ইচ্ছা কৰিলেও BDO থাকিব নোৱাৰে চৰকাৰী আৱাসত|

 

Share it on

Leave a Reply