ONLINE MEKHELA

0
84

Guwahati/ 20th January’2018 (Prag News Desk):

অনলাইনৰ বজাৰত এক নতুন সংযোজন ঘটিছে।

এতিয়াৰ পৰা ঘৰতেই বহি পৰম্পৰাগত সাজ-পাৰ বজাৰ কৰক।

অনলাইনত উপলব্ধ হৈছে মেখেলা-চাদৰ।

www.artexdirect.com যোগে উপলব্ধ হৈছে পৰম্পৰাগত সাজ-পোছাক।

এই ৱেবছাইটোত মিছিং, কাৰ্বি, আদি জনগোষ্ঠীয় সাজ-পোছাকো আপুনি ইচ্ছা কৰিলে বজাৰ কৰিব পাৰিব।

অসমীয়া গহনাও পাব এইটো ৱেবচাইটত।

শুকুৰবাৰে গুৱাহাটীৰ গণেশগুৰিত মুকলি হ’ল অফলাইন ষ্ট’ৰো।

গ্ৰাহকৰ বাবে ৰেহাই মূল্যত উন্নত মানৰ জনজাতীয় সাজ-পোছাক বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ৱেবছাইটোত।

 

Share it on

Leave a Reply