RUPAHIHAT CORRUPTION

0
69

Guwahati/ 20th January’2018 (Prag News Desk): ৰূপহীহাটত হাতীপাৰা গাঁও পঞ্চায়তত অনিয়ম|

ৰুদ্ৰসিংহ আদৰ্শ পুখুৰী আঁচনিত লুণ্ঠন|

৩ বছৰে সম্পূৰ্ণ নহ’ল আঁচনি|

আৱণ্টিত ১০ লাখ টকা আত্মসাতৰ অভিযোগ|

অভিযোগৰ আঙুলি তদানীন্তন খণ্ড উন্নয়ন বিষয়া আব্দুল আলীলৈ|

কণিষ্ঠ অভিযন্তা, পঞ্চায়ত প্ৰতিনিধিয়ে লুণ্ঠনত সহযোগ কৰাৰ অভিযোগ|

 

Share it on

Leave a Reply