BDO SUSPEND

0
91

Guwahati/ 22nd January’2018 (Prag News Desk): ডিমৰীয়াৰ BDO দুলাল আজম সৰকাৰক নিলম্বন|

MGVK ভানুৰ পৰিদৰ্শন কালত কাৰ্যালয়ত নাছিল BDO জন|

১৭ জানুৱাৰীত অতিৰিক্ত মুখ্য সচিবে পৰিদৰ্শন কৰিছিল কাৰ্যালয়টো|

BDO সকলে নিজ সদৰত থাকিয়ে কৰ্তব্য সম্পাদনৰ নিৰ্দেশ দিছিল চৰকাৰে|

 

Share it on

Leave a Reply