GAHPUR ROAD CORRUPTION

0
40

Guwahati/ 22nd January’2018 (Prag News Desk): গহপুৰত চাৰিলেণ্ডযুক্ত পথ নিৰ্মাণত অনিয়ম|

নিৰ্মাণৰ পাছতেই চিলাৰ ফাট দলঙত|

নিম্নমানৰ কামেৰে ঠিকাদাৰ প্ৰতিষ্ঠানৰ ধন লুণ্ঠনৰ অভিযোগ|

ECI ইঞ্জীনিয়াৰিং কনষ্ট্রাকচনৰ বিৰুদ্ধে সৰৱ আছু|

ক্ষুব্ধ আছু কৰ্মীয়ে বন্ধ কৰি দিছে দলং নিৰ্মাণৰ কাম|

বড়িগাঁও তিনিআলি-অৰুণাচলৰ ৰাজগড়লৈ পথ নিৰ্মাণৰ দায়িত্বত কোম্পানীটো|

দুশ কোটি টকাৰে ৯.৫ কিঃমিঃ পথ নিৰ্মাণৰ দায়িত্বত কোম্পানীটো|

 

Share it on

Leave a Reply