HAJO SANKAR SANGHA

0
35

Guwahati/ 22nd January’2018 (Prag News Desk): হাজো শংকৰ সংঘৰ দ্বাদশ জিলা অধিৱেশন|

তিনিদিনীয়াকৈ ভোমাৰবড়িত আয়োজন অধিৱেশনৰ|

ভোমাৰবড়ি পৰ্যবসিত হ’ল দ্বিতীয় বৈকুণ্ঠধামলৈ|

কৃষ্ণ বন্দনা, ভাগৱত শোভাযাত্ৰা, মুকলি সভাৰ আয়োজন|

মুকলি সভাত শংকৰদেৱ শংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা|

বিদ্যাসাগৰৰ অমিয় সুৰে মুহিলে ৰাইজক|

 

Share it on

Leave a Reply