MALIGAON OLD WOMEN

0
32

Guwahati/ 22nd January’2018 (Prag News Desk): দেওবাৰে নিশা গুৱাহাটী লংকেশ্বৰত হৃদয় বিদাৰক দৃশ্য|

হাড় কঁপোৱা জাৰত ৰাজপথত এগৰাকী বৃদ্ধা|

চিলাপথাৰৰ পৰা ৰেল যোগে গুৱাহাটীলৈ আহিছিল বৃদ্ধাগৰাকী|

দাৰিদ্ৰতাৰ বোজা, স্বামীৰ নিৰ্যাতন সহিব নোৱাৰি ঘৰৰ পৰা পলায়ন|

বৃদ্ধাগৰাকীৰ নাম কছলা|

স্বামী নিলকান্তই মাৰ-ধৰ কৰাৰ অভিযোগ বৃদ্ধাগৰাকীৰ|

বৃদ্ধগৰাকীলৈ সহায়ৰ হাত স্থানীয় ৰাইজৰ|

 

Share it on

Leave a Reply