SIBSAGAR CORRUPTION

0
83

Guwahati/ 22nd January’2018 (Prag News Desk): জিলা পৰিষদৰ কেলেংকাৰি, গ্ৰেপ্তাৰ গাণনিক|

শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গাণনিক সুব্ৰত চৌধুৰীক|

জিলা পৰিষদত সংঘটিত হৈছিল ৬৫ লাখ টকাৰ কেলেংকাৰি|

পলাতক অৱস্থাত হালালুদ্দিন আহমেদ নামৰ এজন লোক|

 

 

 

Share it on

Leave a Reply