NAGARBERA MAGHI PURNIMA

0
11

Guwahati/ 1st February’2018 (Prag News Desk): উখল-মাখল নগৰবেৰাৰ মালঞ্চা সত্ৰ

সত্ৰ প্ৰাংগণত ভক্তপ্ৰাণ ৰাইজৰ সমাগম| মাঘি পূৰ্ণিমা উপলক্ষে সত্ৰত বিভিন্ন কাৰ্যসূচী|

পৃথকে পৃথকে অনুষ্ঠিত কৰা হয় চৈধ্য প্ৰসংগ|

ভাগৱত পাঠ, নাম প্ৰসংগও কৰা হয়|

ভক্তপ্ৰাণ ৰাইজৰ মাজত কেঁচা, পকা প্ৰসাদ বিতৰণ কৰা হয়|

 

Share it on

Leave a Reply