LAKUWA GOLD STATUE

0
186

Guwahati/ 6th February’2018 (Prag News Desk): চৰাইদেউৰ পেটধোৱা পুখুৰীত স্বৰ্ণসূচিত দুটি ড্ৰেগন মূৰ্তি উদ্ধাৰ|

পুখুৰী পাৰ খান্দোতে উদ্ধাৰ মূৰ্তি দুটা|

নৌচাদ হাজৰিকা আৰু অনিল লোধীয়ে উদ্ধাৰ কৰে|

মথুৰাপুৰ থানাৰ তত্ত্বাৱধানত আছে ড্ৰেগনৰ মূৰ্তি দুটা|

Share it on

Leave a Reply