GOROIMARI FACES THE HEAT OF LEWD NIGHTS…

0
146

Guwahati/ 7th February’2018 (Prag News Desk): গৰৈমাৰী কানহাৰা আচলপাৰা সাপ্তাহিক বজাৰত জোৱাৰ আদ্দা| জোৱাৰ লগতে নিশা অশ্লীল নৃত্য যুৱক-যুৱতীৰ| আৰক্ষী-প্ৰশাসনৰ চকুৰ সন্মুখতে চলি আহিছে এনে অসামাজিক কাৰ্য|

এই ক্ষেত্ৰত সচেতন লোকে মাত মাতিলে আক্ৰমণৰ টাৰ্গেট হৈ পৰে দুষ্টচক্ৰটোৰ|

 

Share it on

Leave a Reply