OFFICER’S TRANSFER

0
135

Guwahati/ 8th February’2018 (Prag News Desk): ৰাজ্যৰ প্ৰশাসনত ব্যাপক সাল-সলনি|

কেইবাজনো বিষয়াৰ পদোন্নতি|

বিত্ত বিভাগৰ অধীক্ষক বাসৱ কলিতাক অৱৰ সচিব পদলৈ পদোন্নতি|

মীন বিভাগৰ অধীক্ষক দীনেশ গোস্বামীকো অৱৰ সচিব পদলৈ পদোন্নতি|

কৃষি বিভাগৰ অধীক্ষক সত্যজিত্ বৰাক পদোন্নতি|

অৱৰ সচিব পদলৈ পদোন্নতি সত্যজিত্ বৰাক|

হস্ততাঁতৰ অধীক্ষক কান্তা লহকৰ হাজৰিকাক পদোন্নতি|

অৱৰ সচিব পদলৈ পদোন্নতি হাজৰিকাক|

SADৰ অৱৰ সচিব কমল চন্দ্ৰ কলিতাক পদোন্নতি|

উপ সচিব পদলৈ পদোন্নতি কলিতাক|

উপ সচিব পূৰ্ণপ্ৰভা বৰুৱাকো পদোন্নতি যুটীয়া সচিব পদলৈ|

৪ শীৰ্ষ বিষয়াকো অধীক্ষক পদলৈ পদোন্নতি|

অহিন্দ্ৰ চাং কাকতি, ফণীধৰ ভূঞা, দিলীপ কলিতা, গুৰুচৰণ দাসক পদোন্নতি|

 

Share it on

Leave a Reply