GODREG

0
89

Guwahati/ 9th February’2018 (Prag News Desk): ঘৰুৱা উপকৰণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা গডৰেজ এপলায়েন্স শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে ‘গডৰেজ এজডু’ৰ নৱ প্ৰৱৰ্তিত এখন দুৱাৰৰ ৰেফ্ৰিজেৰেটৰ।

ভাৰতত প্ৰথমবাৰৰ বাবে মুকলি কৰা এই ৰেফ্ৰিজেৰেটৰত থাকিব শাক-পাচলিৰ এখন সুকীয়া ড্ৰয়াৰ। উল্লেখ্যযোগ্য যে, এই ৰেফ্ৰিজেৰেটৰসমূহত অন্তৰ্ভুক্ত কৰা হৈছে অদ্বিতীয় ‘ডুঅ’প্লু’ প্ৰযুক্তি। ২৮,০০০ৰ পৰা আৰম্ভ হৈছে এই ৰেফ্ৰিজেৰেটৰসমূহৰ মূল্য।

Share it on

Leave a Reply