SILCHAR JUA

0
22

Guwahati/ 9th February’2018 (Prag News Desk): শিলচৰত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান|

চহৰৰ সদৰঘাট বৰাক নৈৰ পৰাত জুৱাৰ আদ্দা|

আৰক্ষী অহাৰ ওম পাই নৈত জপিয়ালে জুৱাৰীয়ে|

অভিযানৰ সময়ত আৰক্ষীৰ মাজত নাকুনী কানুনি|

নৈৰ পাৰৰ পৰা জুৱাৰীক মাতেহে মাতে, ভূক্ষেপ নাই জুৱাৰীৰ|

অৱশ্যে তিনিজুৱাৰী আৰক্ষী ওচৰত ধৰা দিয়ে|

নদীৰ মাজতে নাও হাইজেক কৰি আন জুৱাৰীৰ পলায়ন|

আৰক্ষী জুৱীৰৰ এই দৃশ্য উপভোগ কৰিলে নৈ পৰীয়া ৰাইজে|

 

Share it on

Leave a Reply