DIPHU SIMPLEX

0
21

Guwahati/ 10th February’2018 (Prag News Desk):  ‘ছিমপ্লেক্স’ কোম্পানীৰ বিৰুদ্ধে কঠোৰ কাৰ্বি আংলঙৰ উপায়ুক্ত।

মানজা-লামডিং পথ নিৰ্মাণত গাফিলতি কৰা চিমপ্লেক্স কোম্পানীৰ মেনেজাৰ এছ আনছাৰীক গ্ৰেপ্তাৰ কৰে জিলা উপায়ুক্তই। ২০১১ চনত ৫৪ কিঃমিঃ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যিদও ৩ বছৰতো সম্পূৰ্ণ নহ’ল এই কাম। তদুপৰি কোম্পানীটোৰ বিৰুদ্ধে আছে নিম্ন মানৰ কামৰ অভিযোগ।

Share it on

Leave a Reply