HOUSE OF LORDS

0
382

Guwahati/ 10th February’2018 (Prag News Desk): অসম বিধানসভাৰ বিপৰীত দৃশ্য ব্ৰিটিছ সংসদত|

বিশ্বৰ প্ৰাচীন সংসদখনত আদৰ্শনীয় দৃশ্য|

হাউছ অব্ লৰ্ডছত পলমকৈ উপস্থিত মন্ত্ৰী|

পলমকৈ উপস্থিত হোৱা মন্ত্ৰী লৰ্ড মাইকেল বেট্ছৰ পদত্যাগ|

মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ সময়ত চলি আছিল তেওঁৰ বিভাগৰ আলোচনা|

লজ্জিত হোৱা বুলি কৈ তাত্ক্ষণিকভাৱে পদত্যাগ কৰিলে মন্ত্ৰীগৰাকীয়ে|

বুধবাৰে সংঘটিত হয় এই ঘটনা|

মন্ত্ৰীৰ অনুপস্থিতিত বৃহস্পতিবাৰে স্থগিত হৈছিল অসম বিধানসভাৰ কাৰ্যাৱলী|

এই ঘটনাই লাজ দিবনে অসমৰ মন্ত্ৰীক?|

 

Share it on

Leave a Reply