IPS TRANSFER

    0
    394

    Guwahati/ 10th February’2018 (Prag News Desk): আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল|

    ৰে’লৱে আৰক্ষীৰ SP প্ৰদীপ পূজাৰীক 4th APBNৰ অধিনায়ক নিযুক্তি|

    পশ্চিম গুৱাহাটীৰ DCP মৃদুলানন্দ শৰ্মাক পূজাৰীৰ ঠাইত নিযুক্তি|

    হোজাইৰ SP দেৱজ্যোতি মুখাৰ্জীক মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ SP নিযুক্তি|

    11th APBN ৰ অধিনায়ক আবু ছাফিয়ানক BTCৰ অধিনায়ক নিযুক্তি|

    মাজুলীৰ SP বৈভৱ চন্দ্ৰকান্তক যোৰহাটৰ SP নিযুক্তি|

    ডিমা-হাছাওৰ SP অংকুৰ জৈনক হোজাইৰ SP নিযুক্তি|

    4th APBNৰ অধিনায়ক ভানৱৰলাল মিনাক পশ্চিম গুৱাহাটীৰ DCP নিযুক্তি|

     

    Share it on

    Leave a Reply