MORIGAON TEWA RAJA

0
135

Guwahati/ 10th February’2018 (Prag News Desk): মৰিগাঁৱৰ খলা দেউৰজাৰ ৰাজ সিংহাসনক লৈ সংঘাত|

সিংহাসনকেন্দ্ৰীক সংঘাত পালেগৈ ন্যায়ালয়ৰ মজিয়া|

সংঘাত নিৰাময়ৰ বাবে মৰিগাঁৱত লোক আদালত|

ৰাজপৰিষদে সিংহাসনচ্যুত কৰিছিল ৰজা সুমংগল কোঁৱৰক|

পৰিষদে ৰাজসিংহাসনৰ দায়িত্ব দিছিল প্ৰবীণ মছৰঙক|

পৰিষদৰ সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ দৰাস্ত সুমংগল কোঁৱৰ|

Share it on

Leave a Reply