NARAYANPUR COW SEIZE

0
97

Guwahati/ 10th February’2018 (Prag News Desk): অব্যাহত আছে আন্তঃৰাষ্ট্রীয় সীমান্তৰে বাংলাদেশলৈ গৰু সৰবৰাহ|

ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা গৰু নিয়া হয় সীমান্তৱৰ্তী অঞ্চললৈ

নাৰায়ণপুৰত জব্দ ২৭টা গৰুসহ এখন ট্ৰাক

বাংলাদেশলৈ প্ৰেৰণৰ বাবে নি থকা হৈছিল গৰুবোৰ

ট্ৰাকখনৰ নম্বৰ AS-01 FC-4607

Share it on

Leave a Reply