The EGG story!

0
70

Guwahati/ 10th February’2018 (Prag News Desk): সোণৰ কণী পৰা হাঁহত পৰিণত জলসিঞ্চন আঁচনি|

হোজাইত জলসিঞ্চন বিভাগৰ ব্যাপক অনিয়ম|

জলসিঞ্চন আঁচনিৰ অধীনস্থ প্ৰকল্প নিৰ্মাণত অযথা বিলম্ব|

হাৱাইপুৰ হৈ যমুনামুখলৈ ২৫শ কিঃমিঃ জলসিঞ্চনৰ নলা নিৰ্মাণৰ আঁচনি|

২০১৪-১৫ বৰ্ষতে আৰম্ভ হোৱা আঁচনিৰ আধা অংশ কামো সম্পূৰ্ণ নহ’ল|

কাৰ্যবাহী অভিযন্তাৰ ছত্ৰছায়াত লু্ণ্ঠন চলোৱাৰ অভিযোগ|

দৰিদ্ৰ কৃষকৰ মাটি অধিগ্ৰহণ কৰি দিয়া নাই ক্ষতিপূৰণ|

নিৰ্মিয়মান অংশত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ|

Share it on

Leave a Reply