AADHAR CARD

0
159

Guwahati/ 13th January’2018 (Prag News Desk): গুৱাহাটীৰ প্ৰতিটো বেংকতে আধাৰ কাৰ্ডৰ ব্যৱস্থা ল’বলৈ প্ৰশাসনৰ নিৰ্দেশ|

বৰ্তমান গুৱাহাটীৰ মাত্ৰ ৬টা বেংকতহে লেহেমীয়া গতিত আগবাঢ়িছে আধাৰৰ কাম|

প্ৰতিটো বেংকৰ আধাৰৰ কামৰ অগ্ৰগতি LDMৰ জৰিয়তে প্ৰশাসনক জনাবলৈ নিৰ্দেশ|

 

Share it on

Leave a Reply