BABHBOR ROAD BLOCK

0
145

Guwahati/ 13th January’2018 (Prag News Desk): পথ মেৰামতিৰ দাবীত ৰাজপথত নামিল ছাত্ৰ-ছাত্ৰী|

পথ অৱৰোধ কৰিলে মন্দিয়া-বৰপেটা গড়কাপ্তানি পথ|

ভেলেঙী নৈৰ ওপৰৰ দলং পুনৰ নিৰ্মাণৰ দাবী|

পথ অৱৰোধৰ ফলত বহু যান-বাহন আবদ্ধ হৈ পৰে|

বিভিন্ন শ্ল’গানেৰে উত্তাল কৰে আকাশ-বতাহ|

 

Share it on

Leave a Reply