BOKO PANCHAYAT SCAM

0
113

Guwahati/ 13th January’2018 (Prag News Desk): বকোৰ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি|

গভীৰ নলী-নাদ বহুৱাৰ নামত নিম্নমানৰ কামৰ অভিযোগ|

সভাপতি, সচিবে মিলি ধন আত্মসাত্ কৰাৰ অভিযোগ ৰাইজৰ|

কালভাৰ নিৰ্মাণতো ব্যাপক অনিয়ম হোৱাৰ অভিযোগ|

 

Share it on

Leave a Reply