DIBRUGARH UNIVERSITY

0
197

Guwahati/ 13th January’2018 (Prag News Desk): ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পিষ্টল লৈ তাণ্ডৱ|

তাণ্ডৱ চলোৱা ব্যক্তিজন মধুপুৰৰ সমীৰ চেত্ৰী বুলি চিনাক্ত|

ব্যক্তিজনৰ পৰা জব্দ নকল পিষ্টল, ভুৱা পৰিচয়পত্ৰ|

নিজকে RAWৰ এজেণ্ট, সেনা বিষয়া বুলি পৰিচয় লোকজনৰ|

বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষীয়ে গতালে আৰক্ষীক|

 

Share it on

Leave a Reply