SARUPOTHAR BORDER CRPF

0
56

Guwahati/ 13th January’2018 (Prag News Desk): গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী ৭টা পঞ্চায়তৰ উন্নয়নমূলক  কামকাজত বাধা প্ৰদান কৰিছে নিৰপেক্ষ বাহিনী হিচাপে সীমান্তত নিয়োজিত CRPF বাহিনীয়ে।

পঞ্চায়তসমূহৰ অন্তৰ্গত বিশেষকৈ PMAY আৰু 14 FINANCEৰ কাম-কাজত বাধা দি আহিছে।

যাৰ বাবে চিন্তিত হৈ পৰিছে উক্ত পঞ্চায়তকেইটাৰ সচিবসকল। কিন্তু ইমানৰ পিছতো গোলাঘাট জিলা প্ৰশাসন তথা ধনশিৰি মহকুমা প্ৰশাসনে বিষয়টো গুৰুত্বসহকাৰে নোলোৱাত বিমোৰত পৰিছে হিতাধিকাৰী তথা পঞ্চায়তৰ কৰ্মচাৰীসকল।

Share it on

Leave a Reply