ULFA KHILANJIA

0
307

Guwahati/ 13th January’2018 (Prag News Desk): সংযুক্ত মুক্তি বাহিনী অসমে প্ৰকাশ কৰিলে খিলঞ্জিয়াৰ সংজ্ঞা|

খিলঞ্জীয়া অভিবৰ্তনত অনুপ চেতিয়াই প্ৰকাশ কৰিলে সংজ্ঞা|

ইয়াণ্ডাবু সন্ধিৰ পূৰ্বে অসমলৈ অহা প্ৰতিটো জাতি জনগোষ্ঠীকে খিলঞ্জীয়া আখ্যা আলফাৰ|

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পূৰ্বে অহা অসমীয়া শিখ সকলকো খিলঞ্জিয়া আখ্যা আলফাৰ|

খিলঞ্জিয়াৰ তালিকাত আলফাই নাম নল’লে নেপালী, বিহাৰীসকলৰ|

 

Share it on

Leave a Reply