VILLAGE ROCK STAR

0
194

Guwahati/ 13th January’2018 (Prag News Desk): পেৰিছত পুনৰ উজলিল ‘ভিলেজ ৰকষ্টাৰ্ছ’|

‘গ্ৰাঁ প্ৰি চিনে জুনিয়ৰ ২০১৮’ত শ্ৰেষ্ঠ ছবিৰ বঁটা ‘ভিলেজ ৰকষ্টাৰ্ছ’ লৈ|

জুনিয়ৰ চিনেলৈ ধন্যবাদ পৰিচালক ৰীমা দাসৰ|

বিদেশতো ‘ভিলেজ ৰকষ্টাৰ্ছ’ চাই আপ্লুত দৰ্শক|

ছবিখনে এতিয়ালৈকে লাভ কৰিলে ১৫টাতকৈ অধিক বঁটা|

 

 

Share it on

Leave a Reply