AADHAR

    0
    203

    Guwahati/ 14th February’2018 (Prag News Desk): মহানগৰীৰ সকলো বেংকত আধাৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জিলা প্ৰশাসনৰ|

    আধাৰ প্ৰস্তুতিৰ বাবে স্থাপন কৰা হ’ব ৪২টা কেন্দ্ৰ|

    ২২টা কেন্দ্ৰ স্থাপন কৰা হ’ব গাঁও পঞ্চায়ত সমূহত|

    ২০টা কেন্দ্ৰ স্থাপন কৰা হ’ব মহানগৰীৰ বিভিন্ন স্থানত|

    ৬টা বেংকত চলি থকা আধাৰ ৰূপায়ন ক্ষীপ্ৰতৰ কৰাৰ নিৰ্দেশ|

    কামৰ অগ্ৰগতিৰ বিষয়ে LDMৰ জড়িয়তে জনাব লাগিব জিলা প্ৰশাসনক|

    Share it on

    Leave a Reply