TITABOR KARMASALA

0
243

Guwahati/ 14th February’2018 (Prag News Desk):  তিতাবৰ শদিয়াল গাঁৱত অনুষ্ঠিত হৈছে হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰশিক্ষণ শিবিৰ। অনিমা কছাৰীৰ নেতৃত্বত অনুষ্ঠিত শিবিৰত কেইবাশতাধিক শিপিনীয়ে অংশগ্ৰহণ কৰিছে। শিবিৰত অংশগ্ৰহণ কৰে হস্ততাঁত বস্ত্ৰ শিল্পৰ ৰাষ্ট্রীয় পৰ্যায়ৰ বিষয়া সতীশ কুমাৰ, নাগালেণ্ড শিপিনী সেৱা কেন্দ্ৰৰ অধীক্ষক বিশ্বজিত দাসে।

 

Share it on

Leave a Reply