ADMIT CARD

0
158

Guwahati/ 18th February’2018 (Prag News Desk) : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ এখন Admit Card পোৱা গৈছে|

Admit Card খন সম্প্ৰতি অমৃত নামৰ এজন লোকৰ হাতত|

লোকজনৰ যোগাযোগ নম্বৰ ৯৪৩৫০ ২৯৪৯১|

Admit Card খন ৰশ্মি ৰেখা শইকীয়া নামৰ ছাত্ৰীগৰাকীৰ|

Admit Card খনৰ নম্বৰ Roll-0360 No. 10471|

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ছাত্ৰীগৰাকীক পৰীক্ষাত বহিবলৈ দিব|

Admit Card অবিহনেই পৰীক্ষা দিব পাৰিব ছাত্ৰীগৰাকীয়ে|

পৰীক্ষা নিয়ন্ত্ৰকে ‘প্ৰাগ নিউজ’ক জনালে এই কথা|

 

 

Share it on

Leave a Reply