ARUNACHAL RAPIST KILLED

    0
    103

    Guwahati/ 19th February’2018 (Prag News Desk): অৰুণাচলৰ লোহিত জিলাৰ নামগোত ২ ধৰ্ষণকাৰীক হত্যা|

    নিহত ধৰ্ষণকাৰীদ্বয় হৈছে সঞ্জয় চব্বৰ, জগদীশ লোহাৰ|

    দুয়োৰে ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে|

    কণমানি এটি ধৰ্ষণ কৰি হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল দুয়ো|

    ১২ ফেব্ৰুৱাৰীৰ পৰা নিখোজ কণমানিৰ মৃতদেহ উদ্ধাৰ হৈছিল দেওবাৰে|

    ক্ষুব্ধ ৰাইজে থানাৰ লক্আপৰ পৰা উলিয়াই নি মৰিয়াই মৰিয়াই কৰিলে হত্যা|

    নীৰৱ দৰ্শকৰ ৰূপ ল’বলৈ বাধ্য হ’ল আৰক্ষী|

    ঘটনাক লৈ অঞ্চলজুৰি ব্যাপক চাঞ্চল্য|

    Share it on

    Leave a Reply