MIRZA RIYAN PARAG

0
146

Guwahati/ 18th February’2018 (Prag News Desk):  ক্ৰিকেটাৰ ৰিয়ান পৰাগক আদৰণি বৰঝাৰ বিমান কোঠত|

১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত ভাৰতীয় দলক প্ৰতিনিধিত্ব ৰিয়ানৰ|

১৯ অনূৰ্ধ্ব বিশ্বকাপত অংশগ্ৰহণ কৰি ঘৰলৈ উভতিল ৰিয়ান|

বিশ্বকাপৰ ফাইনেলত অষ্ট্রেলিয়াক পৰাস্ত কৰিছিল ভাৰতে|

বিমান কোঠত উষ্ম আদৰণি আত্মীয় তথা অনুৰাগীৰ|

 

Share it on

Leave a Reply