ASTC CHANDRAMOHAN

0
152

Guwahati/ 21st February’2018 (Prag News Desk):

ASTCৰ বাছ জ্বলা ঘটনাক পৰিকল্পিত আখ্যা আমিনুল ইছলামৰ|

মেৰামতিৰ ধন আত্মসাতৰ বাবে জ্বলাই দিয়া হৈছিল বাছ |

এবছৰৰ পূৰ্বে ৰূপনগৰত জ্বলিছিল ২৪ খন ASTC বাছ|

বিধায়ক আমিনুল ইছলামৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ|

বিষয়টো সন্দৰ্ভত তদন্ত চলি থকা বুলি মন্তব্য মন্ত্ৰী পাটোৱাৰীৰ|

Share it on

Leave a Reply