Aadhar card issue in Assembly

0
127

Guwahati/ 21st February’2018 (Prag News Desk):বিধানসভাত আধাৰ কাৰ্ড প্ৰসংগ|

বিভিন্ন আঁচনিত আধাৰ নম্বৰ সংযোগৰ শেষ তাৰিখ ৩১ মাৰ্চ| উচ্চতম ন্যায়ালয়ে বান্ধি দিছে এই সময়সীমা|

অসমত আধাৰ কাৰ্ডৰ কাম আগনবঢ়াক লৈ সদনত প্ৰশ্ন| AIUDF বিধায়ক আমিনুল ইছলামে উত্থাপন কৰে এই প্ৰসংগ|

অসমবাসী সংকিত হোৱাৰ প্ৰয়োজন নাই : চন্দ্ৰমোহন পাটোৱাৰী|

‘আধাৰ লিংকেজৰ পৰা অসমবাসীক ৰেহাই দিছে আয়কৰ বিভাগে’|

সদনত চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য|

ৰাজ্যত আধাৰ কাৰ্ডৰ বাবে ১২৪১টা কেন্দ্ৰ স্থাপন|

১৪১টা বেংকৰ শাখা, ১৬৪টা ডাকঘৰত চলিছে আধাৰৰ কাম|

 

Share it on

Leave a Reply