Rajen Gohain meets Minister at the Central office.

0
99

Guwahati/21st February’2018 (Prag News Desk): কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক তাত্ক্ষণিক অনুৰোধ মুখ্যমন্ত্ৰীৰ|

৩ মাহৰ দৰমহা শীঘ্ৰেই মুকলি কৰি দিয়া হ’ব|

জুলাইৰ ভিতৰত সমগ্ৰ দৰমহা পাব দুয়োটা কাগজ কলৰ কৰ্মচাৰীয়ে|

ৰাজেন গোহাঁইক এই কথা অৱগত কৰে মুখ্যমন্ত্ৰী সোণোৱালে|

গুৰু উদ্যোগ মন্ত্ৰী অনন্ত গীতেৰে বাৰ্তালাপ ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ|

নিবিদাৰ আহ্বান জনোৱা হৈছে |

আগবাঢ়ি আহিছে আগশাৰীৰ ঔদ্যোগিক প্ৰতিষ্ঠান|

 

Share it on

Leave a Reply