TRACTOR NEW TENDER

0
47

Guwahati/21st February’2018 (Prag News Desk):

কৃষি বিভাগৰ ট্ৰেক্টৰ বিতৰণৰ নিবিদাত অনিয়ম |

বাতিল কৰা হ’ল পূৰ্বৰ নিবিদা |

কৃষিমন্ত্ৰী অতুল বৰাই স্বীকাৰ কৰে অনিয়মৰ কথা |

ট্ৰেক্টৰ বিতৰণৰ বাবে পুনৰ আহ্বান কৰা হ’ব নিবিদা |

খেতিয়কে নিজৰ পচন্দৰ কোম্পানীৰ ল’ব পাৰিব ট্ৰেক্টৰ |

 

Share it on

Leave a Reply