KALIABOR HOSPITAL

0
43

Guwahati/26th February’2018 (Prag News Desk):

ৰাজ্যত পশুপালন বিভাগৰ সোপাঢিলা মনোভাৱ |

জহি-খহি গৈছে কলিয়াবৰ দীঘলআটি পশু চিকিত্সা কেন্দ্ৰ |

উপকেন্দ্ৰত ২৫ বছৰ ধৰি নাই চিকিত্সা-চিকিত্সাকৰ্মী |

চিকিত্সাৰ অভাৱত প্ৰতি বছৰে ৪০-৫০টা পশুধনৰ মৃত্যু |

কাণসাৰ নাই জনপ্ৰতিনিধি তথা বিভাগৰ |

শীঘ্ৰে উপ-স্বাস্থ্যকেন্দ্ৰটো সচল কৰিবলৈ দাবী ৰাইজৰ |

Share it on

Leave a Reply