PRANITA PEGU

0
610

Guwahati 7th March’2018 (Prag News Desk):

আহমেদাবাদত অসমৰ এগৰাকী মহিলাক হত্যা |

জোনাইৰ প্ৰণিতা পেগু নামৰ মহিলাগৰাকীক হত্যা |

স্বামী আশীষ গুৰুঙৰ বিৰুদ্ধে হত্যাৰ অভিযোগ |

এবছৰ পূৰ্বে সম্পন্ন হৈছিল তেওঁলোকৰ বিবাহ |

পাৰিবাৰিক কন্দলৰ পৰিণতিত এই হত্যাকাণ্ডৰ সন্দেহ |

এটা ব্যক্তিগত খণ্ডৰ বেংকৰ মেনেজাৰ আশীষ গুৰুং |

 

Share it on

Leave a Reply