JORABAT BURNING TRUCK

0
51

Guwahati 8th March’2018 (Prag News Desk):

যোৰাবাটত ট্ৰাকে মহটিয়ালে স্কুটী আৰোহীক |

থিতাতে নিহত দুই স্কুটী আৰোহী |

নিহত আইনুল ইছলাম(৩৯), নাজমিন বেগম(২১) |

চানমাৰীৰ বাসিন্দ আইনুল, জালুকবাৰীৰ বাসিন্দা নাজমিন |

দুৰ্ঘটনাত দপদপকৈ জ্বলিল কয়লা ভৰ্তি ট্ৰাকখন |

চিনাক্ত হোৱা নাই স্কুটী আৰোহী ২ যুৱক-যুৱতী |

ট্ৰাকখনৰ নম্বৰ AS-01 JC-2181 |

 

Share it on

Leave a Reply