KOKILA CHILD DEATH

0
49

Guwahati 8th March’2018 (Prag News Desk):

কোকিলাৰ নিৰুদ্দিষ্ট শিশুৰ মৃতদেহ উদ্ধাৰ মানাহ নদীত |

মঙলবাৰে মানাহ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল শিশুটি |

মৃত শিশুটি কদমতলী গাঁৱৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ৰাকিবুল ইছলাম |

মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত অঞ্চলজুৰি শোকৰ ছাঁ |

 

Share it on

Leave a Reply