NUMOLIGARH WATER PROBLEM

0
81

Guwahati 12th March’2018 (Prag News Desk):

নুমলীগড়ৰ ৩নং ৰংবং গাঁৱত খোৱাপানীৰ হাহাকাৰ |

পথাৰত কুঁৱা সদৃশ গাত খান্দি পানী আহৰণ ৰাইজৰ |

এই অপৰিষ্কাৰ পানীকে ব্যৱহাৰ কৰিব লগা হৈছে গাঁওবাসীয়ে |

ফলত বিভিন্ন ৰোগত আক্ৰান্ত হৈছে গঞা |

অঞ্চলটোত ২-১টা দমকল আছে যদিও পানীত অত্যাধিক আইৰণ |

এই ক্ষেত্ৰত কাণসাৰ নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ |

 

Share it on

Leave a Reply