AMGURI IROSSION

0
59

Guwahati 13th March’2018 (Prag News Desk):

শিৱসাগৰ দিখৌমুখত খহনীয়াৰ কাল ৰূপ |

ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে হাজাৰ হাজাৰ বিঘা মাটি |

হাহাকাৰ লাগিছে দিখৌমুখৰ নৈপৰীয়াৰ লোকৰ |

জলসম্পদ বিভাগৰ চূড়ান্ত অকৰ্মন্যতা |

ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে অৰ্ধশতাধিক গাঁও |

গৃহহীন কৰিলে বহু পৰিয়ালক |

দিখৌমুখ-মাজুলী সংযোগী মামুল চিকাৰী পাৰঘাট নিচিহ্ন |

ফুলনি, শালমৰা পাৰঘাটৰ চিন মোকাম নাই |

শীঘ্ৰে জলসম্পদ বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ |

Share it on

Leave a Reply