ASSAM BANDH

0
200

Guwahati 13th March’2018 (Prag News Desk):

জনজাতীয় সমন্বয়ৰক্ষী সমিতিৰ ১২ ঘণ্টীয়া অসম বন্ধ |

জাগীৰোডৰ ৩৭ নং ৰাষ্ট্রীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত |

পথত আৱদ্ধ উজনি-নামনিৰ বহু বাহন |

কেইবাটাও দাবী সমৰ্থনত এই ১২ ঘণ্টীয়া বন্ধ |

দাবীসমূহ : জনজাতিৰ বাবে  সংৰক্ষিত বেকলগ পুৰণ |

নগাঁও কাগজকল পুনৰুজ্জীৱিত কৰণ |

কাগজ কলৰ কৰ্মচাৰীক অনাদায় দৰমহা আদায় |

লাইকা-দধিয়াত ক্ষতিগ্ৰস্ত কৃষকক সংস্থাপন |

ইফালে তিনিচুকীয়াতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক |

ব্যৱসায়িক প্ৰতিষ্ঠান, যান-বাহন চলাচল সম্পূৰ্ণ ব্যাহত |

টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত বন্ধ সমৰ্থকৰ |

পৰীক্ষাৰ্থী, এম্বুলেন্স সেৱাত বাধা প্ৰদান কৰা নাই বন্ধ সমৰ্থকে |

 

 

Share it on

Leave a Reply