KHANAPARA FIRE

0
76

Guwahati 13th March’2018 (Prag News Desk):

খানাপাৰাত নিশা ভয়ংকৰ অগ্নিকাণ্ড |

অগ্নিকাণ্ডত জাহ গ’ল ২খন ব্যৱসায়িক প্ৰতিষ্ঠান |

কেইবা লক্ষাধিক টকাৰ ক্ষতিসাধন |

অগ্নিনিৰ্বাপক বাহিনীৰ তত্পৰতাত জুই নিৰ্বাপন |

টায়াৰ আৰু মটৰ পাৰ্টছৰ আছিল দোকান দুখন |

Share it on

Leave a Reply