NAHARKATIA ILLEGAL WINE

0
84

Guwahati 13th March’2018 (Prag News Desk):

নামৰূপ-জয়পুৰত অবৈধ মদৰ বিৰুদ্ধে অভিযান অব্যাহত আৰক্ষীৰ |

জয়পুৰত কেইবাখনো হোটেল-দোকানত চলিল অভিযান |

৮০ হাজাৰৰো অধিক টকাৰ অবৈধ মদ জব্দ |

লংজন গাঁৱত উচ্ছেদ কৰে এটা চুলাই ঘাটি |

আৰক্ষীৰ অভিযানত আদৰণি জনাইছে নামৰূপ, নাহৰকটীয়াবাসীয়ে |

 

Share it on

Leave a Reply