SNIGDHARAG DEATH

0
536

Guwahati 13th March’2018 (Prag News Desk):

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কণমানি স্নিগ্ধৰাগে |

নিশা ১ বজাত প্ৰতীক্ষা হাস্পতালত মৃত্যু স্নিগ্ধৰাগৰ |

১০ মাৰ্চত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল প্ৰতীক্ষা হাস্পতালত |

শ্বাস-প্ৰশ্বাসজনিত ৰোগত মৃত্যুক আকোঁৱালি ল’লে স্নিগ্ধৰাগে |

বিগত কেইবামাহো ধৰি অসুস্থ হৈ আছিল স্নিগ্ধৰাগ |

স্নিগ্ধৰাগৰ বাবেই গুৱাহাটীত সৃষ্টি কৰা হৈছিল গ্ৰীন কৰিডৰ |

গ্ৰীন কৰিডৰৰ যোগেদি দিল্লীলৈ নিয়া হৈছিল শিশুটিক |

দিল্লীত বহুদিন ধৰি চিকিত্সা কৰা হৈছিল শিশুটিক |

স্নিগ্ধৰাগৰ চিকিত্সাৰ বাবে সহায়ৰ হাত আগবঢ়াইছিল বহুলোকে |

স্নিগ্ধৰাগৰ আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰিছিল অলেখ লোকে |

কিন্তু নিয়তিৰ ওচৰত হাৰ মানি পৃথিৱী এৰিলে কণমানি শিশুটিয়ে |

 

 

Share it on

Leave a Reply