T-20 CRICKET

0
97

Guwahati 13th March’2018 (Prag News Desk):

নিদাহাছ T-20 ট্ৰাই  ছিৰিজত ভাৰতৰ জয় |

শ্ৰীলংকাক পৰাস্ত কৰিলে ৬ উইকেটত |

প্ৰথমে বেট ধৰি শ্ৰীলংকাৰ ৯ উইকেটত ১৫২ ৰান |

চাৰ্দুল ঠাকুৰ, ৱাচিংটন সুন্দৰৰ সুন্দৰ বলিং |

ঠাকুৰে লাভ ৪টাকৈ উইকেট |

৪ উইকেটত হৰুৱাই ১৫৩ ৰান কৰি জয়ী ভাৰত |

মনীষ পাণ্ডেৰ দৰ্শনীয় ৪২ ৰান, কাৰ্তিকৰ অবিজিত ৩৯ ৰান |

 

Share it on

Leave a Reply