PLASTIC MOIDA

0
187

Guwahati 16th March’2018 (Prag News Desk):

চাউল, কণী, আটাৰ পিছত এইবাৰ প্লাষ্টিক ময়দা |

ডিফুত ওলাইছে প্লাষ্টি ময়দা |

ডিফুৰ চৌধুৰী ভাণ্ডাৰত ‘শক্তি ময়দা RK ব্ৰেণ্ড’ৰ বস্তাত ওলাল প্লাষ্টিক ময়দা |

এই ময়দা প্ৰস্তুতকাৰী বোকাখাতৰ কুবেৰ ৰুলাৰ ফ্লাৱাৰ মিল |

খগেন টেৰাং নামৰ এজন গ্ৰাহকে ক্ৰয় কৰিছিল এই ময়দা |

ময়দা খাই অসুস্থ লোকজনৰ পৰিয়ালৰ সদস্য |

ডিফুত এই লৈ তীব্ৰ চাঞ্চল্য |

RK ব্ৰেণ্ডৰ ময়দা শীঘ্ৰে বন্ধ কৰাৰ দাবী ৰাইজৰ |

 

Share it on

Leave a Reply