DIPHU MAN RECOVER

0
65

Guwahati 17th March’2018 (Prag News Desk):

ডিফুৰ বৰলাংখালত অচেতন অৱস্থাত আঘাতপ্ৰাপ্ত লোক উদ্ধাৰ |

দুৰ্বৃত্তই ৰড আৰু ছুৰীৰে আঘাত কৰি পেলাই থৈ যায় পথত |

সংকটজনক অৱস্থাত ডিফু চিকিত্সালয় ভৰ্তি লোকজনক |

লোকজনৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই |

গাড়ীচুৰি চক্ৰই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ |

Share it on

Leave a Reply