GAHPUR JUNGLE THEATRE

0
88

Guwahati 17th March’2018 (Prag News Desk):

গহপুৰৰ ‍বৰঙাবাৰী ভকতচুক গাঁৱত নাট মহোত্সৱ |

‘বাট থিয়েটাৰ’ৰ উদ্যোগত ‘দ্য জংগল থিয়েটাৰ ফেষ্টিভেল’ |

দেশৰ বিভিন্ন স্থানৰ ৮টা নাট্যদলৰ অংশগ্ৰহণ |

নাটক চাবলৈ দৰ্শকৰ ভিৰ |

নাট মঞ্চ উদ্বোধন নাট্যকাৰ ৰফিকুল হুছেইনৰ |

 

Share it on

Leave a Reply